অৰ্থনৈতিকঅসমখাদ্য

লিটাৰত ৪০ টকা পৰ্যন্ত হ্ৰাস মিঠাতেলৰ মূল্য

বছৰটোৰ অন্তিম দিনা অত্যন্ত ভাল খবৰ

নৱবৰ্ষৰ প্ৰাক্ মুহূৰ্তত এক অত্যন্ত ভাল খবৰ। দেশত প্ৰতিলিটাৰ মিঠাতেলৰ মূল্য ৩০ টকাৰ পৰা ৪০ টকা পৰ্যন্ত হ্ৰাস পাইছে।

নতুন নিৰিখত যাতে গ্ৰাহকে মিঠাতেল লাভ কৰে তাক নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ সচিব ড০ সুধাংশু পাণ্ডেই প্ৰতিখন ৰাজ্যলৈ নিৰ্দেশনা জাৰি কৰিছে। মূল্যবৃদ্ধিয়ে জুৰুলা কৰা গ্ৰাহকৰ বাবে নিশ্চয় এয়া এক ইতিবাচক খবৰ।

মিঠাতেলৰ ওপৰত থকা ৰপ্তানি শুল্ক কেন্দ্ৰীয় চৰকাৰে প্ৰায় প্ৰত্যাহাৰ কৰিছে। যাৰ ফলত মিঠাতেলৰ দৰ ১৫ৰ পৰা ২০ শতাংশলৈকে হ্ৰাস পাইছে। ইয়াৰ লগে লগে প্ৰায়সংখ্যক আগশাৰীৰ মিঠাতেলৰ ব্ৰেণ্ডে প্ৰতি লিটাৰত ৩০ৰ পৰা ৪০ টকাপৰ্যন্ত হ্ৰাস কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.