শ্ৰেণীবিহীন

APDCLৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ অভিযান

APDCL ৰ পৰীক্ষা কেলেংকাৰী সন্দৰ্ভত এই অভিযান ৷

APDCLৰ মুখ্য কাৰ্যালয়ত বিজুলী ভৱনত  মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখা দল

APDCL ৰ পৰীক্ষা কেলেংকাৰী সন্দৰ্ভত এই অভিযান ৷

APDCLৰ ২০১৯ চনত অনুষ্ঠিত হৈ যোৱা পৰীক্ষাৰ ফলাফলৰ দায়িত্ব শেহতীয়াকৈ দিয়া হৈছে GUক

বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ ষ্ট্ৰং ৰুমত আছে পৰীক্ষাৰ উত্তৰবহীসমূহ

এই সমগ্ৰ প্ৰক্ৰিয়াটো নিৰীক্ষণ তথা তদন্তৰ বাবে দলটো আহিছিল কালি গুৱাহাটী বিশ্ববিদ্যালয়লৈ গৈছিল দলটো

OMR চীট নিৰিক্ষণৰ দায়িত্বত থকা ৬ জনক জেৰা কৰিছিল

প্ৰায় ৫ ঘন্টা ধৰি বিশ্ববিদ্যালয়ত চলিছিল অভিযান

APDCLৰ ১৬০০ ফিল্ড এছিছটেণ্ট পদৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছতে সৃষ্টি হৈছিল বিতৰ্কৰ

পৰীক্ষাত খেলিমেলি সংঘটিত হোৱাৰো অভিযোগ উত্থাপিত হৈছিল

এই সন্দৰ্ভত CM ভিজিলেঞ্চটো দিয়া হৈছিল অভিযোগ

যাৰ বাবে সমগ্ৰ দিশ পুংখানুপুংখভাৱে তদাৰক কৰে CM ভিজিলেঞ্চৰ দলটোৱে।Chief Minister's Special Supervision Branch raid at APDCL headquarters

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.