অপৰাধ

চাঞ্চল্য! কিন্নৰে ধৰ্ষণ কৰিলে এটি ১৪ বছৰীয়া কিশোৰক, তাৰপিছত….

কিশোৰ গৰাকীৰ মতে তেওঁ ৰাজপথত সামগ্ৰী বিক্ৰী কৰি আছিল

মহানগৰীত চলিছে তৃতীয় লিংগৰ দৌৰত্ম্য।

দিনে দিনে বাঢ়ি গৈছে তৃতীয় লিংগৰ দপদপনি।

প্ৰায় ১৪ বছৰীয়া এটা কিশোৰক বলপুৰ্বকভাৱে ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে এজন কিন্নৰৰ বিৰুদ্ধে।

গুৱাহাটী মহানগৰৰ মাজমজিয়াত সংঘটিত হৈছে এই জঘন্য ঘটনা।

নিশা গুৱাহাটীস্থিত মাছখোৱাৰ লাচিত ঘাটৰ পৰা কিশোৰজনক বলপুৰ্বক ভাৱে উঠাই লৈ যোৱাৰ অভিযোগ কিন্নৰৰ বিৰুদ্ধে।

তথ্য় অনুসৰি, কিশোৰ গৰাকীৰ মতে তেওঁ ৰাজপথত সামগ্ৰী বিক্ৰী কৰি আছিল। কিন্নৰ গৰাকীয়ে তেওঁৰ পৰা সামগ্ৰী লৈ দৌৰ মাৰে তেতিয়া কিশোৰজনে পিছে পিছে দৌৰে। তেতিয়াই কিন্নৰ গৰাকীয়ে কিশোৰজনক ধৰি লৈ বেয়া কাম কৰে।

কিশোৰগৰাকীৰ অভিযোগৰ ভিত্তিতেই ভৰলুমুখ আৰক্ষীয়ে ইতিমধ্যেই সোধপোছৰ বাবে আটক কৰিছে এটা কিন্নৰক।

৭৮২/২১ গোচৰৰ ভিত্তিত কিন্নৰৰ বিৰুদ্ধে আৰম্ভ হৈছে তদন্ত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.