অসমআঞ্চলিকদৈনিক বাতৰি

নুনমাতি জাতীয় বিদ্যালয়ত ৰাজ্যিক ভিত্তিত বিজ্ঞান প্ৰতিযোগিতা আয়োজন

নুনমাতি জাতীয় বিদ্যালয়ত ৰাজ্যিক ভিত্তিত বিজ্ঞান প্ৰতিযোগিতা আয়োজন

নুনমাতি জাতীয় বিদ্যালয়ত ৰাজ্যিক ভিত্তিত বিজ্ঞান প্ৰতিযোগিতা আয়োজন। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰিছে এই প্ৰতিযোগিতা। প্ৰতিযোগিতা খনত ৰাজ্যৰ প্ৰায় ৩৫ খন বিদ্যালয়ৰ ২০০ ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা পঞ্চম শ্ৰেণী পৰা দশক মান শ্ৰেণীৰ ছাত্ৰীৰ মাজত বিজ্ঞান বিষয়ৰ প্ৰদৰ্শনীৰ লগতে  বিজ্ঞান পৰীক্ষা, আৰ্হি, আৰু প্ৰকল্প এই তিনিটা শিতানত অনুষ্ঠিত হৈছে।

ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হোৱা প্ৰতিযোগিতা খন মুকলি কৰে কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যাপক ডঃ পবন চহৰীয়া। প্ৰতিযোগীতাৰ প্ৰথম পুৰষ্কাৰ হিচাপে থাকিব ৫০০০ টকা, দ্বিতীয় পুৰষ্কাৰ ৪০০০ টকা আৰু তৃতীয় পুৰষ্কাৰ ৩০০০।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − 15 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.