অসমউৎসৱ

অসমীয়াতে অসমবাসীলৈ মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ…

" আটাইলৈ মাঘ বিহুৰ শুভেচ্ছা জনালো। এই উৎসৱে যেন সদৌটিলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে তাৰ বাবে প্ৰাৰ্থনা জনাইছো"

আজি অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু। ক’ভিডসৃষ্ট পৰিৱেশৰ মাজতে চহা অসমীয়াই উদযাপন কৰিছে ভোগালী বিহু । বিহুৰ এই পবিত্ৰ ক্ষণত অসমবাসীক বিহুৰ ওলগ জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

টুইটাৰযোগে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে। উৎসৱৰ বতৰাই সকলোৰে জীৱনলৈ সুখ-সমৃদ্ধি কঢ়িয়াই অনাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে নৰেন্দ্ৰ মোদীয়ে।

তেওঁ লিখিছে যে, ” আটাইলৈ মাঘ বিহুৰ শুভেচ্ছা জনালো। এই উৎসৱে যেন সদৌটিলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে তাৰ বাবে প্ৰাৰ্থনা জনাইছো”।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.