অসমখাদ্যৰাজনৈতিক

কি কি খাদ্যসম্ভাৰ আছে আজিৰ কেবিনেট বৈঠকত?

কেবিনেটৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ কাঢ়া নিৰ্দেশনা- ‘কেবিনেট বৈঠকত নচলিব মহাভোজ’।

আজি হাফলঙত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।

কেবিনেটৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ কাঢ়া নিৰ্দেশনা।

‘কেবিনেট বৈঠকত নচলিব মহাভোজ’।

সাধাৰণভাৱে গ্ৰহণ কৰিব আহাৰ।

খাদ্যৰ তালিকাত থাকিব এবিধকৈ মাছ, মাংস।

থাকিব এবিধ দাইল, এবিধ তৰকাৰী, এটা মিঠাই।

পূৰ্বে কেবিনেটৰ মহাভোজক লৈ হৈছিল বিতৰ্ক।

ধেমাজি আৰু বঙাইগাঁৱত চলিছিল মহাভোজ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.