Assamassam policeCity newsঅসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

জীৱন যুদ্ধত হাৰ মানিলে কটনিয়ান নিশাই, নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু….

জীৱন যুদ্ধত হাৰ মানিলে কটনিয়ান নিশাই

নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু

কটনৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰী আছিল নিশা

ৰহস্যজনকভাৱে দুই মহলাৰ পৰা তলত পৰিছিল ছাত্ৰীগৰাকী

ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত

সৰ্বশৰীৰত আঘাত আছিল অতি গুৰুতৰ

কিছু সময় পূৰ্বে মৃত ঘোষণা কৰে চিকিৎসকে

সমগ্ৰ ঘটনা বৰ্তমানো ৰহস্যৰ আৱৰ্তত

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.