অপৰাধঅসম

ঘৃণনীয়! ১৬ বছৰীয়া নাবালিকা কামনাৰ বলি হ’ল পিতৃ

এক ভয়ংকৰ ঘটনা, সতিয়া পিতৃয়ে তেওঁৰ ১৬বছৰীয়া নাবালক কন্যাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

এক ভয়ংকৰ ঘটনা, সতিয়া পিতৃয়ে তেওঁৰ ১৬বছৰীয়া নাবালক কন্যাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

এই ভয়ংকৰ ঘটনা সংঘটিত হয় চান্দমাৰীৰ ভাস্কৰ নগৰ অঞ্চলত।

উল্লেখ্য় যে, ঘৰত কোনো নথকাৰ সুযোগ লৈ অভিযুক্তজনে নাবালক গৰাকীক ড্ৰাগছ দিয়ে আৰু তাৰপিছত এই জঘন্য অপৰাধ সংঘটিত কৰে।

অভিযোগ অনুসৰি পাসণ্ড পিতৃয়ে দীৰ্ঘদিন ধৰি এই অপৰাধ কৰি আহিছিল বুলি জানিব পৰা গৈছে।

দশম শ্ৰেণীৰ ছাত্ৰী গৰাকী পাসাণ্ড পিতৃৰ দ্বিতীয় পত্নীৰ জীয়ৰী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.