Covid-19অসমআঞ্চলিকউৎসৱজীৱনশৈলী

সমাগত দীপাৱলী, ব্যস্ততা বাঢ়িছে মৃৎ শিল্পী সকলৰ

যোৱা দুটা বছৰে কৰ’না ই জুৰুলা কৰিছে পৰম্পৰাগতভাৱে চাকি নিৰ্মান কৰা এইঘৰ লোকক

সমাগত দীপাৱলী। ব্যস্ততা বাঢ়িছে মৃৎ শিল্পী সকলৰ।

দেৰগাঁৱৰ সমীপৰ কাকডোঙা কুমাৰ গাঁৱৰ এখন ঘৰত বহু  বছৰে ভাবে নিৰ্মাণ হৈ আহিছে মাটিৰ সামগ্ৰী। তেঁওলোকে নিৰ্মাণ কৰি আহিছে মাটিৰে বনোৱা বাচন বৰ্তন, চাকি- বন্তি।

যোৱা দুটা বছৰে কৰ’না ই জুৰুলা কৰিছে ঘৰখনৰ ব্যৱসায়। তথাপিও এইবাৰ দীপাৱলী উপলক্ষে পূৰ্ণোদ্যমেৰে পৰম্পৰাগত মাটিৰ চাকি বনাই সাজু হৈছে কুমাৰ গাঁৱৰ পৰিয়ালটো।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.