ফটো

অনুষ্কাৰ ফটোগ্ৰাফাৰৰ ৰূপত সুনীল চেট্টীৰ কন্যা, ছচিয়েল মিডিয়াত ভাইৰেল ফটো

ইংলেণ্ড ভ্ৰমণত ব্যস্ত বলিউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মা। স্বামী বিৰাট কোহলী আৰু কন্যা বামিকাৰ সৈতে ইংলেণ্ডত ফুৰিছে বলিউডৰ অভিনেত্ৰীগৰাকীয়ে। এই কেইদিন…

অধিক পঢ়ক »

বন্দুকৰ সতে ছেলফিৰ চখ পূৰাবলৈ যাওতে থুতৰিৰে সোমাই গ’ল বন্দুকৰ গুলী

নিতৌ ছেলফিৰ বাবে মৃত্যু হয় বহুজনৰ। এইবাৰ ঘটিল ছেলফিৰ ফলত মৃত্যু হোৱা আন এটা আজব ঘটনা।  ছেলফি ল’বলৈ গৈ প্ৰাণ…

অধিক পঢ়ক »

অচিনাকী হৈ পৰিল আয়েশা টাকিয়া, ধুনীয়া হ’বলৈ গৈ আয়েশাই এয়া কি কৰিলে?

‘তাৰজান’, ‘দিল মাংগে ম’ৰ’, ‘চ’সা থা না’, ‘সাদী নাম্বাৰ ১’, ‘সাদী চে পেহলে’ আদিৰ দৰে বহুকেইখন জনপ্ৰিয় চিনেমাত সাৱলীল অভিনয়ৰে…

অধিক পঢ়ক »

পুনৰ নিষিদ্ধ হ’ল TikTok!

মনোৰঞ্জনৰ বাবে বিশ্বজুৰি ব্যৱহাৰ কৰা এটা মোবাইল এপ হ’ল TikTok। চীনত নিৰ্মিত এই এপটোৱে কম সময়ৰ ভিতৰতে বিশ্বজুৰি লাভ কৰিলে…

অধিক পঢ়ক »

সর্বভাৰতীয় ফটোগ্রাফী প্রতিযোগিতাত কৃতিত্ব পালে অসমৰ নৱঋষিয়ে

সর্বভাৰতীয় ফটোগ্রাফী প্রতিযোগিতাত কৃতিত্ব পালে অসমৰ নৱঋষিয়ে।   সর্বভাৰতীয় পর্যায়ৰ স্থিৰচিত্র প্রতিযোগিতাত অসমৰ এগৰাকী কিশোৰে বিশেষ কৃতিত্ব অর্জন কৰিবলৈ সক্ষম…

অধিক পঢ়ক »
Back to top button