AssamCity newsCMO Assamnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

দেশজুৰি বলৱৎ ‘কা’ বিধি…. নিৰাপত্তা বাহিনীক সষ্টম হোৱাৰ নিৰ্দেশ গৃহ মন্ত্ৰালয়ৰ…..

দেশজুৰি বলৱৎ ‘কা’ বিধি

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধিসূচনা জাৰি

নিৰাপত্তা বাহিনীক সষ্টম হোৱাৰ নিৰ্দেশ গৃহ মন্ত্ৰালয়ৰ

অসমতো আৰক্ষীৰ সমৰসদৃশ তৎপৰতা

জিলাই জিলাই সষ্টম অসম আৰক্ষী

DGPৰ নিৰ্দেশনাৰ পিছতে সষ্টম আৰক্ষী

‘কা’বিৰোধী প্ৰতিবাদ ৰুধিবলৈ বিশেষভাৱে তৎপৰ

ৰাজপথত সাজু আৰক্ষীৰ বেৰিকেড

২০১৯ৰ ১১ ডিচেম্বৰত নিম্ন সদনত গৃহীত হৈছিল ‘কা’

২০১৯ৰ ১২ ডিচেম্বৰত উচ্চ সদনত গৃহীত হৈছিল ‘কা’

ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰিছিল ২০১৯ৰ ১৩ ডিচেম্বৰত

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − 13 =

Back to top button