AssamInternationalleatest updatenationalঅসমআঞ্চলিকআন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰিভাৰত

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিব সোণোৱাল কছাৰী জনগোষ্ঠীৰ  “লেছেৰী নাচ”…

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিব সোণোৱাল কছাৰী জনগোষ্ঠীৰ  "লেছেৰী নাচ"...

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিব সোণোৱাল কছাৰী জনগোষ্ঠীৰ  “লেছেৰী নাচ”। এইবাৰ আগন্তুক গণৰাজ্য দিৱসৰ পেৰেডত প্ৰদৰ্শিত হ’ব সোণোৱাল কছাৰীৰ লেছেৰী নাচ। লেছেৰী নাচৰ বাবে নিৰ্বাচিত হৈছে টিংখাং সমষ্টিৰ ৮গৰাকীকৈ যুৱতী।

আগন্তুক গণৰাজ্য দিৱসত টিংখাং সমষ্টিৰ ৮ গৰাকীকৈ যুৱতীয়ে নৃত্য প্ৰৰ্দশন কৰিবলগীয়া দলটোক নেতৃত্ব দিছে ডিম্পী সোণোৱালে। গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে দলটোৱে সোমবাৰে দিল্লীলৈ ৰাওনা হ’ব । সোণোৱাল কছাৰীৰ ‘লেছেৰী নাচ’ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শিত হ’বলগীয়া বিষয়টোক লৈ উৎফুল্লিত হৈ পৰিছে সোনোৱাল কছাৰী জনগোষ্ঠীৰ লোকসকল ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.