অসমআঞ্চলিকজীৱনশৈলী

দ্বিতীয় বিবাহ কৰাব বিচৰা মুছলমান পুৰুষৰ প্ৰতি উচ্চ ন্যায়ালয়ে প্ৰদান কৰিলে এই বিশেষ ৰায়…

মুছলমান পুৰুষ-মহিলাৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে দিছে এই গুৰুত্বপূৰ্ণ ৰায়

মুছলমান পুৰুষ-মহিলাৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে দিছে গুৰুত্বপূৰ্ণ ৰায়।  এতিয়াৰ পৰা মুছলমান পুৰুষৰ দ্বিতীয় বৈধ পত্নী হ’ব নোৱাৰিব হিন্দু মহিলা।

প্ৰাপ্য পেন্সনৰ সুবিধাৰ পৰা বঞ্চিত হৈ আদালতৰ কাষ চাপিছিল এগৰাকী মুছলমান মহিলা। দীৰ্ঘদিন ধৰি পেন্সনৰ পৰা বঞ্চিত হৈ আছিল এজন মুছলমান পুৰুষৰ দ্বিতীয় পত্নী। উপায়ন্তৰ হৈ আদালতৰ ওচৰলৈ যোৱা মহিলাগৰাকীৰ কথা শুনি  গুৱাহাটী উচ্চ ন্যায়ালয়ে গোচৰ মীমাংসা কৰি দিলে এই গুৰুত্বপূৰ্ণ ৰায়।

মুছলমান পুৰুষৰ দ্বিতীয় বৈধ পত্নী হ’ব নোৱাৰিব হিন্দু মহিলা। যদি হিন্দু মহিলা কোনো মুছলমান পুৰুষৰ দ্বিতীয় পত্নী হয়।, তেন্তে তেওঁ সাব্যস্ত কৰিব নোৱাৰে অধিকাৰ। স্পেচিয়েল মেৰিজ এক্ট(Special Marriage Act)ৰ ৪নং ধাৰাই কোনোপধ্যে ৰক্ষা নকৰে দ্বিতীয় পত্নীক। অৱশ্যে মহিলাগৰাকীৰ সন্তানে পাব পিতৃৰ সকলো অধিকাৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.