AssamCity newsঅসমগুৱাহাটীচিকিৎসাদৈনিক বাতৰিভাৰত

পোনপ্ৰথমবাৰৰ বাবে GMCHত IVF সম্পন্ন …. ৭০ হাজাৰ টকা ব্যয়ৰে GMCHত IVF সম্পন্ন কৰিব পাৰিব আপুনি…..

পোনপ্ৰথমবাৰৰ বাবে IVF সম্পন্ন GMCHত

IVFযোগে কন্যা সন্তান জন্ম GMCHত

২৭ মাৰ্চত জন্ম পালে কন্যা সন্তানটি

সংবাদমেলযোগে ঘোষণা GMCHৰ অধ্যক্ষৰ

GMCHৰ অধ্যক্ষ ডাঃ অশ্চ্যুত বৈশ্যৰ এই সংবাদমেল

সংবাদমেলত অংশগ্রহণ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাৰ

২.৬ KGৰ কন্যা সন্তানতো জন্ম হৈছে GMCHত

এতিয়াৰে পৰা IVF সম্পন্ন কৰিব পাৰিব GMCHত

৭০ হাজাৰ ব্যয়ৰে GMCHত IVF সম্পন্ন কৰিব পাৰিব

বৰ্তমানলৈ ৫ গৰাকী মহিলাৰ IVFৰ প্ৰক্ৰিয়া চলি আছে

বাহিৰৰ হাস্পতালত কৰিবলৈ ব্যয় হয় ৫-৬ লাখ টকা

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো IVF চেণ্টাৰ GMCHত

সপ্তাহৰ বুধবাৰ, শুক্ৰবাৰে IVF চিকিৎসা চলিব GMCHত

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − 12 =

Back to top button