অসমদৈনিক বাতৰি

কাৰ্বি আংলঙত জব্দ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ, আটক নতুন উগ্ৰপন্থী সংগঠনৰ দুই সদস্য

কাৰ্বি আংলঙত জব্দ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ, আটক নতুন উগ্ৰপন্থী সংগঠনৰ দুই সদস্য

কাৰ্বি আংলঙত জব্দ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ

আটক নতুন উগ্ৰপন্থী সংগঠনৰ দুই সদস্য

মাঞ্জা তিনিআলিত CRPF- আৰক্ষীয়ে চলাইছিল অভিযান

এখন অল্ট’ বাহনৰ পৰা জব্দ মাৰণাস্ত্ৰসহ আপত্তিজনক নথি

নতুন উগ্ৰপন্থী সংগঠন ইউনাইটেড পিপলচ ফ্ৰ’ণ্ট অৱ কাৰ্বি আংলং চমুকৈ UPFKL ৰ ৪১ খন লেটাৰ হেড জব্দ

আটক সংগঠনটোৰ সদস্য ৰাজেশ ফাংচ’, সঞ্জয় ইংতি

জব্দ এটা 9mm পিষ্টল, .এটা 22 পিষ্টল,  ৯জাঁই সজীৱ গুলী

৩টা হেণ্ড গ্ৰেণেড আৰু ২টা ডিটেনেটৰ উদ্ধাৰ দলটোৰ পৰা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 + one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.