Assamleatest updateঅসমদৈনিক বাতৰি

লগ্নৰ সময় উকলি যোৱাৰ বাবেই ভাঙিল এখন বিয়া……!

লগ্নৰ সময় উকলি যোৱাৰ বাবেই ভাঙিল এখন বিয়া......!

লগ্নৰ সময় উকলি যোৱাৰ বাবেই ভাঙিল এখন বিয়া

বিদেশৰ পৰা বিয়াৰ বাবে ঘৰলৈ আহিছিল যুৱক-যুৱতী

দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত বিবাহৰ সিদ্ধান্ত লৈছিল দুয়ো

কলকাতাৰ পৰা শিলচৰস্থিত কইনাৰ বাসগৃহত উপস্থিত দৰা

পেছাত আছিল দুয়ো ছফটৱেৰ ইঞ্জিনিয়াৰ

লগ্নৰ সময় উকলি যোৱাত বিয়াত অস্বীকাৰ দৰাপক্ষৰ

ঘটনাক কেন্দ্ৰ কৰি বিবাহস্থলীত উত্তপ্ত পৰিস্থিতি

বিবাহস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি

আৰক্ষীলৈ কেৰেপ নকৰা দৰাপক্ষক নিশাই প্ৰেৰণ থানালৈ

যৌতুক নাপাই বিবাহ বিচ্ছেদ কৰা বুলি অভিযোগ কইনা পক্ষৰ

দৰাপক্ষৰ বিৰুদ্ধে ক্ষীপুৰ আৰক্ষী থানাত গোচৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.