অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

কোনে কাটিলে ওচমানৰ যৌনাংগ?

দিন দুপৰতে মহিলাক ধৰ্ষণ কৰিবলৈ চেষ্টা চলোৱা ওচমান আলীৰ যৌনাংগ কাটিলে এগৰাকী মহিলাই।

মৰিগাঁৱৰ বৰালিমাৰিত চাঞ্চল্যকৰ ঘটনা।

কোনে কাটিলে ওচমানৰ যৌনাংগ?

ঘটনা মৰিগাঁও জিলাৰ ভূৰাগাঁও বেতনী গাঁৱৰ।

দিন দুপৰতে মহিলাক ধৰ্ষণ কৰিবলৈ চেষ্টা চলোৱা ওচমান আলীৰ যৌনাংগ কাটিলে এগৰাকী মহিলাই।

দৰঙৰ নবু চৰৰ ওচমান আলীয়ে কিছুদিন ধৰি অঞ্চলটোত কবিৰাজী কৰি ঘুৰি ফুৰিছিল।

উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ লম্পট ওচমানক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − sixteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.