আঞ্চলিকজীৱনশৈলীদুৰ্ঘটনাপৰিৱেশপৰ্যটনপ্ৰাকৃতিক দুৰ্যোগবতৰ

এইবাৰ ৰুষ্ট প্ৰকৃতিৰ ৰোষত হিমাচল প্ৰদেশ! মৃত্যু ৩জন পৰ্যটকৰ

তুষৰপাতৰ ফলত প্ৰচণ্ড শীতৰ কবলত পৰিছে হিমাচল প্ৰদেশ

এইবাৰ ৰুষ্ট প্ৰকৃতিৰ ৰোষত হিমাচল প্ৰদেশ। হিমাচল প্ৰদেশত এতিয়া তুষৰপাতৰ উপদ্ৰৱ। তুষৰপাতৰ ফলত প্ৰচণ্ড শীতৰ কবলত পৰিছে হিমাচল প্ৰদেশ।

অত্যধিক শীতপাতৰ ফলত স্তব্ধ হৈ পৰিছে হিমাচল প্ৰদেশৰ জনজীৱন। ব্যাহত হৈ পৰিছে এতিয়া পথ, যোগযোগ ব্যবস্থা।

হিমাচল প্ৰদেশৰ পাহাৰীয়া অঞ্চলত প্ৰতিকূল পৰিৱেশৰ কবলত পৰি ইতিমধ্যে প্ৰাণ গৈছে তিনিজন পৰ্যটকৰ, লগতে আৱদ্ধ হৈ পৰিছে ১০জনকৈ পৰ্যটক।

ইতিমধ্যে আৱদ্ধ হৈ থকা পৰ্যটক সকলক উদ্ধাৰৰ বাবে বৰা কান্দালৈ আৰক্ষীৰ এটা দল প্ৰেৰণ কৰা হৈছে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − 13 =

Check Also
Close
Back to top button