আন্তঃৰাষ্ট্ৰীয়

বিবাহ বিচ্ছেদৰ খবৰৰ মাজতে ছানিয়ালৈ শোয়েবৰ জন্মদিনৰ শুভেচ্ছা

আজি ছানিয়াই ৩৬ তম জন্মদিন উদযাপন কৰিছে

ভাৰতীয় টেনিছ কিংবদন্তী ছানিয়া মিৰ্জাৰ আজি জন্মদিন। আজি ছানিয়াই ৩৬ তম জন্মদিন উদযাপন কৰিছে। ছানিয়া আৰু শোয়েবৰ বিবাহ বিচ্ছেদৰ উৰাবাতৰিৰ মাজতে ছানিয়াৰ স্বামী শোয়েব মালিকে প্ৰথমে তাইক শুভেচ্ছা জনাইছিল। শোয়েব মালিকে এটা টুইট পোষ্ট কৰিছিল য’ত দুয়োজনৰ পুৰণি ফটো আছিল। শোয়েবে লিখিছিল, “আপোনাক জন্মদিনৰ শুভেচ্ছা জনাইছানিয়া, আপোনাক এক স্বাস্থ্যৱান আৰু সুখী জীৱনৰ শুভেচ্ছা জনাইছো। আজিৰ দিনটো সম্পূৰ্ণৰূপে উপভোগ কৰক।’

উল্লেখ্য যে, শোয়েবৰ এই টুইটৰ পিছত, বিবাহ বিচ্ছেদৰ বাতৰিটোত এক নতুন পাক আহিছে। বিবাহ বিচ্ছেদৰ বাতৰিটো কেৱল এটা উৰাবাতৰি আছিল নেকি মানুহৰ মনতো বহুতো প্ৰশ্ন উত্থাপিত হৈছে?

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen + eighteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.