Assamleatest update

কথা দি কথা ৰাখিলে মন্ত্ৰী অতুল বৰাই।

দুমাহৰ ভিতৰতে মন্ত্ৰী অতুল বৰাই নিৰ্মাণ কৰি উলিয়ালে ক্ৰিকেটাৰ উমা ছেত্ৰীৰ কান্ধুলিমাৰী গাঁৱলৈ যোৱা পথ

কথা দি কথা ৰাখিলে মন্ত্ৰী অতুল বৰাই। ক্ৰিকেটাৰ উমা ছেত্ৰীৰ কান্ধুলিমাৰী গাঁৱলৈ যোৱা পথটো নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল মন্ত্ৰীগৰাকীয়ে। দুমাহৰ ভিতৰতে মন্ত্ৰী অতুল বৰাই পূৰণ কৰিলে সেই প্ৰতিশ্ৰুতি।

নিৰ্মাণ কৰি উলিওৱা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া কান্ধুলীমাৰী গাঁৱৰ পথটো। আজি পথটো আনুষ্ঠানিকভাৱে মুকলি কৰে মন্ত্ৰীগৰাকীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six + nineteen =

Back to top button