অপৰাধঅসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিবিশ্ববোমা বিস্ফোৰণভাৰতৰাজনৈতিক

ইজৰাইল-হামাছ যুদ্ধৰ ৪ দিন, ৭ অক্টোবৰত গাজা সীমান্তৰ পৰাই আক্ৰমণ চলাইছিল হামাছে

ইজৰাইল-হামাছ যুদ্ধৰ ৪ দিন

৭ অক্টোবৰত গাজা সীমান্তৰ পৰাই আক্ৰমণ চলাইছিল হামাছে

ইজৰাইলৰ ডেৰ শতাধিক নাগৰিকক বন্দী কৰিছে হামাছে

ইজৰাইলে গাজা সীমান্তত চলাই গৈছে তীব্ৰ আক্ৰমণ

১,৭০৭ টাকৈ স্থানত আক্ৰমণ চলাইছে ইজৰাইলী সেনাই

গাজা অঞ্চলক সম্পূৰ্ণ দখললৈ নিয়াৰ প্ৰয়াস ইজৰাইলৰ

গাজা সীমান্তৰ বহু মছজিদতো আক্ৰমণ ইজৰাইলৰ

ইজৰাইলৰ ওপৰত বিগত ৫০ বছৰত সৰ্ববৃহৎ আক্ৰমণ হামাছৰ

গাজা সীমান্তৰ ফেন্সিং ভাঙি ইজৰাইলত প্ৰৱেশ হামাছৰ

শিশু-মহিলা, বয়োজ্যেষ্ঠক বন্ধক বনাইছে হামাছ বাহিনীয়ে

গাজা সীমান্ত দখল কৰা বুলি দাবী ইজৰাইলী সেনাৰ

সোমবাৰৰ নিশা গাজাৰ ২০০ স্থানত আক্ৰমণ ইজৰাইলী সেনাৰ

গাজা অঞ্চলত ১৫০০ৰো অধিক হামাছ যুঁজৰে নিহতৰ তথ্য

এতিয়ালৈ ইজৰাইলী সেনা ১২৩ জনকৈ নিহত হোৱাৰ দাবী হামাছৰ

ইজৰাইলী সেনাৰ অভিযান বন্ধ নহ’লে ১৫০ পণবন্দীক হত্যাৰ ভাবুকি হামাছৰ

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − thirteen =

Back to top button