অসমপৰিৱেশবতৰ

ধাৰাসাৰ বৰষুণ হ’ব অসমত!!

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, ২৪-২৬ এপ্ৰিল তাৰিখৰ ভিতৰত অৰুণাচল প্ৰদেশত আৰু ২৪,২৭ আৰু ২৮ এপ্ৰিলত অসম আৰু মেঘালয়ত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ২৪ এপ্ৰিলত অৰুণাচল প্ৰদেশত অতি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷

২৪,২৭ আৰু ২৮ এপ্ৰিলত অসম আৰু মেঘালয়ত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, ২৪-২৬ এপ্ৰিল তাৰিখৰ ভিতৰত অৰুণাচল প্ৰদেশত আৰু ২৪,২৭ আৰু ২৮ এপ্ৰিলত অসম আৰু মেঘালয়ত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ২৪ এপ্ৰিলত অৰুণাচল প্ৰদেশত অতি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷

অহা পাঁচ দিনৰ ভিতৰত অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰাতো প্ৰচুৰ বৰষুণ হ’ব পাৰে।

আইএমডিৰ তথ্য মতে, অহা ৫ দিনৰ ভিতৰত অসম, মেঘালয়ৰ বিভিন্ন স্থানত আৰু অহা ২ দিনৰ ভিতৰত উপ-হিমালয় পশ্চিম বংগ, ছিকিম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰাত বজ্ৰপাত হোৱাৰ লগতে ধুমুহা বতাহ অহাৰ সম্ভাৱনা আছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + fifteen =

Back to top button