political

গুজৰাটৰ ১৮ সংখ্যক মুখ্যমন্ত্ৰী হ’ব ভূপেন্দ্ৰ পেটেল

দুপৰীয়া ২ বজাত ৰাজ্যপাল আচাৰ্য দেৱব্ৰতৰ দ্বাৰা গুজৰাটৰ ১৮ তম মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ভূপেন্দ্ৰ পেটেলে।

আজি মুখ্যমন্ত্ৰীৰূপে শপত ল’ব ভূপেন্দ্ৰ পেটেলে। দুপৰীয়া ২ বজাত ৰাজ্যপাল আচাৰ্য দেৱব্ৰতৰ দ্বাৰা গুজৰাটৰ ১৮ তম মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ভূপেন্দ্ৰ পেটেলে। গুজৰাটৰ গান্ধী নগৰত হব শপত গ্ৰহণৰ অনুষ্ঠান। নতুন সচিবালয়ৰ কাষৰ হেলিপেড গ্ৰাউণ্ডত এই অনুষ্ঠান অনুষ্ঠিত হব। গুজৰাটৰ ১৮ সংখ্যক মুখ্যমন্ত্ৰী হ’ব ভূপেন্দ্ৰ পেটেল। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানম্ন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহসহ শীৰ্ষ নেতৃত্বও থাকিব উপস্থিত। অনুষ্ঠানত অংশগ্ৰহণ কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাইয়ো লগতে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.