অসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, দিল্লী কামাখ্যা অভিমুখী নৰ্থ ইষ্ট এক্সপ্ৰেছ লাইনচ্যুত….

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা

দিল্লী কামাখ্যা অভিমুখী নৰ্থ ইষ্ট এক্সপ্ৰেছ লাইনচ্যুত

ৰঘুনাথপুৰ ৰে’ল ষ্টেচনৰ সমীপত এই দুৰ্ঘটনা

বাগৰি পৰিল ৫-৬টা দবা

বৰ্তমানলৈকে মৃত্যু ৪জন লোকৰ

আকৃতি ভাণ্ডাৰী নামৰ ৮ বছৰীয়া শিশু নিহত

ৰে’লখনত আছিল ৫২২জন যাত্ৰী

আহত ৭০জনৰো অধিক লোকৰ

দুৰ্ঘটনাৰ তদন্ত কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীৰ

ৰে’লখনত আছিল বহু অসমৰ যাত্ৰী

স্থানীয় প্ৰশাসনৰে সৈতে যোগাযোগ অসম চৰকাৰৰ

দুৰ্ঘটনাৰ পিছতে মুকলি হেল্পলাইন নম্বৰ

নম্বৰ কেইটা ৯৭৭১৪৪৯৯৭,৭৭৫৯০৭০০০৪

৮৩০৬১৮২৫৪২, ৮৯০৫৬৯৭৪৯৩

দুৰ্ঘটনাৰ তদন্ত ঘোষণা ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + 8 =

Back to top button