Covid-19প্ৰযুক্তিবিজ্ঞানস্বাস্থ্য

GMCHত পৰীক্ষা কৰিব পৰা যাব অ’মিক্ৰণ ভাইৰাছৰ লগতে অন্য জটিল ভাইৰাছৰ পৰীক্ষা, স্থাপন হ’ব জিন’মিক ছিকুয়েন্সিং লেব’ৰেটৰী

NEISTৰ বিজ্ঞানীসকলৰ সৈতে মিলিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

GMCHত স্থাপন হ’ব জিন’মিক ছিকুয়েন্সিং লেব’ৰেটৰী

অ’মিক্ৰণ ভাইৰাছৰ লগতে অন্য জটিল ভাইৰাছৰ পৰীক্ষা কৰিব পৰা যাব

এই ক্ষেত্ৰত বিশেষ আগভাগ লৈছে স্বাস্থ্যমন্ত্ৰী কেশৱ মন্তই

স্বাস্থ্য বিভাগৰ দল এটাৰ সৈতে যোৰহাটৰ NEIST প্ৰদৰ্শন কৰে কেশৱ মহন্তই

NEISTৰ বিজ্ঞানীসকলৰ সৈতে মিলিত হয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে

বিশেষ লেব’ৰেটৰীটোৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু কাৰিকৰী দিশসমূহৰ আলোচনা

এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াব NEISTয়ে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.