অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটী

গ্ৰেপ্তাৰৰ পিছতে বিশেষ ন্যায়াধীশৰ আদালতলৈ প্ৰেৰণ বিক্ৰম আদিত্য বৰা আৰু ইলিয়াছ আহমেদক

উপযুক্ত তথ্য প্ৰমাণৰ ভিত্তিত গ্ৰেপ্তাৰ দুই বিষয়া

◼ গ্ৰেপ্তাৰৰ পিছতে বিশেষ ন্যায়াধীশৰ আদালতলৈ প্ৰেৰণ বিক্ৰম আদিত্য বৰা আৰু ইলিয়াছ আহমেদক
 
◼ ৫ দিনৰ জিম্মাত বিচাৰিব মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে
 
◼ উপযুক্ত তথ্য প্ৰমাণৰ ভিত্তিত গ্ৰেপ্তাৰ দুই বিষয়া
 
◼ অসম সচিবালয়ত কৰ্মৰত ইলিয়াছ আহমেদ
 
◼ কোকৰাঝাৰৰ চক্ৰ বিষয়া হিচাপে কৰ্মৰত বিক্ৰম আদিত্য বৰা
 
◼ সংবাদ মাধ্যমৰ আগত কোনো মন্তব্য প্ৰকাশ নকৰিলে ধৃত দুই বিষয়াই
 
◼ গাঁওবুঢ়া নিযুক্তি ব’ৰ্ডৰ সদস্য আছিল বিক্ৰম – ইলিয়াছ
 
◼ বৰ্তমানো ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে CM ভিজিলেন্সে
 
◼ তদানীন্তন উপায়ুক্ত আতিকা চুলতানাও পুনৰ জেৰাৰ সন্মুখীন হ’ব
 
◼ স্বাস্থ্যজনিত কাৰণত বৰ্তমান তেখেত চিকিৎসকৰ নিৰীক্ষণত আছে
 
◼ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ হ’লে পুনৰ জেৰাৰ সন্মুখীন হ’ব আতিকা চুলতানা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × one =

Back to top button