অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

‘মোক হাফ পাগল বা ফুল পাগল বুলি কোৱাসকল চেৰা পাগল’ : ৰূপজ্যোতি কুৰ্মী

যিসকলে মোৰ মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁলোক মিয়া। ডকাইত কৰি তাজমহল নিৰ্মাণ কৰিছিল চাহজাহানে।

মোক হাফ পাগল বা ফুল পাগল বুলি কোৱাসকল চেৰা পাগল।

যিসকলে মোৰ মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁলোক মিয়া।

তাজমহলটো নিৰ্মাণ কৰোতে খৰছ হোৱা টকা আছিল হিন্দু ৰজাৰ।

ডকাইত কৰি তাজমহল নিৰ্মাণ কৰিছিল চাহজাহানে।

‘চাহজাহানে চতুৰ্থ পত্নীৰ প্ৰেমৰ বাবে তাজমহল বনাইছিল।

যদিহে প্ৰেমৰ বাবে বনাইছিল তেন্তে বাকী ৩গৰাকীক কিয় পিছত বিয়া পাতিলে সেইটোৰ এটা তদন্ত হ’ব লাগে’।

বিতৰ্কৰ মাজতে ৰূপজ্যোতি কুৰ্মীৰ পুনৰ প্ৰতিক্ৰিয়া।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.