অসমগুৱাহাটীদৈনিক বাতৰিভাৰতশিল্পীসংস্কৃতি

বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী ‘হৃদয় এক বিজ্ঞাপন’ৰ ২৫টা বছৰ সম্পূৰ্ণ

বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী ‘হৃদয় এক বিজ্ঞাপন’ৰ ২৫টা বছৰ সম্পূৰ্ণ।

গ্ৰন্থখনৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে গুৱাহাটী প্রেছ ক্লাবত বিশেষ অনুষ্ঠান।

অনুষ্ঠানত গ্ৰন্থখনৰ অনুবাদ গ্ৰন্থ ‘My poems are not for your ad-campaign’ উন্মোচন কৰা হয়।

গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট প্ৰকাশক, ঔপন্যাসিক নবীন বৰুৱাই।

গ্ৰন্থখন অনুবাদ কৰিছে বিশিষ্ট অনুবাদক আৰুনী কাশ্যপে।

এই বিশেষ অনুষ্ঠানটিত উ‍পস্থিত বহুকেইগৰাকী বিশিষ্ট ব্যক্তি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.