Covid-19আন্তঃৰাষ্ট্ৰীয়স্বাস্থ্য

কভিডশ্লিল্ড ভেকচিন লোৱাসকলে যাব নোৱাৰিব ব্ৰিটেইন?

টুইটযোগে এই কথা ঘোষণা  ব্ৰিটেইন চৰকাৰৰ

কভিডশ্লিল্ড অগ্ৰাহ্য কৰিলে ব্ৰিটেইনে। এতিয়াৰে পৰা কভিডশিল্ড লোৱাসকলে যাব নোৱাৰিব ব্ৰিটেইনত।

ভাৰতত ভেকচিন লোৱা লোকসকলক আনভেকচিন বুলি ধৰা হ’ব ব্ৰিটেইনত। টুইটযোগে মঙ্গলবাৰে এই কথা ঘোষণা  ব্ৰিটেইন চৰকাৰৰ।

ভাৰত, আফ্ৰিকা, দক্ষিণ আফ্ৰিকা, UAE, জৰ্ডান, থাইলেণ্ড আৰু ৰাছিয়াত কভিডশিল্ড ভেকচিন লোৱা সকলক স্বীকৃতি দিয়া নহব ব্ৰিটেইনত। ভাৰতৰ কোনো লোক ব্ৰিটেইনত গ’লে কমেও ১০ দিনৰ কোৱাৰেণ্টাইনৰ লগতে প্ৰয়োজনীয় টেষ্ট সমূহ কৰাটো বাধ্যতামূলক হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.