অসমজীৱনশৈলীদৈনিক বাতৰি

DNLAৰ ৪০গৰাকী কেডাৰৰ আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ

আজিৰে পৰা ৪০গৰাকী কেডাৰৰ ঠিকনা হ’ব মাইবাঙৰ মাণিকিপুৰত চৰকাৰীভাৱে নিৰ্মিত শিবিৰ

আজি DNLAৰ ৪০গৰাকী কেডাৰৰ আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ। মূলসুঁতিলৈ ঘূৰি অহা এই ৪০গৰাকী কেডাৰক আদৰণি জনাবৰ বাবে আয়োজন কৰা হৈছিল এক বিশেষ অনুষ্ঠানৰ।

ADGP হীৰেন নাথৰ লগতে অন্য শীৰ্ষ বিষয়াৰ উপস্থিতিত ডিমা হাচাওঁৰ খেপ্ৰে গাঁৱত ডিমাচা নেচনেল লিবাৰেচন আৰ্মী চমুকৈ DNLAৰ ৪০গৰাকী কেডাৰে আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰে। লগতে অস্ত্ৰ সম্বৰণো কৰে।

আজিৰে পৰা ৪০গৰাকী কেডাৰৰ ঠিকনা হ’ব মাইবাঙৰ মাণিকিপুৰত চৰকাৰীভাৱে নিৰ্মিত শিবিৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.