অসমখেল

হিমা দাস আৰু লাভলীনা বৰগোহাঁইলৈ ৰাজ্য চৰকাৰৰ বিশেষ ধনৰাশিৰ অনুমোদন…

হিমা দাস আৰু লাভলীনা বৰগোহাঁইৰ বাবে কেবিনেটত বিশেষ অনুমোদন

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয় দিন। দ্বিতীয় দিনটোত কেবিনেটত অনুমোদন কৰা হ’ল বাজেট।

 

হিমা দাস আৰু লাভলীনা বৰগোহাঁইৰ বাবে কেবিনেটত বিশেষ ধনৰাশিৰ অনুমোদন। দুয়োগৰাকী খেলুৱৈক আৰ্থিক অনুদান প্ৰদান কৰিব ৰাজ্য চৰকাৰে। হিমা দাসৰ কাৰণে ৰাজ্য চৰকাৰৰ পৰা মাহিলী ১ লাখ টকাৰ আৰ্থিক অনুদানৰ ঘোষণা। আনহাতে, লাভলীনা বৰগোহাঁইৰ কাৰণে এজন প্ৰশিক্ষকৰ নিযুক্তি দিয়াৰ লগতে মাহে ২.৫০ লাখ টকা দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয় আজিৰ কেবিনেটত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.