InternationalInternationalleatest updatenationalnorth eastSocialSocial Networkঅসমআন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰি

আজি ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ ওপজা দিন

৫১ বছৰত ভৰি দিলে ক্ৰিকেটৰ ভগৱান তেণ্ডুলকাৰ

আজি ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ ওপজা দিন । ৫১ বছৰত ভৰি দিলে ক্ৰিকেটৰ ভগৱান তেণ্ডুলকাৰে । গুণমুগদ্ধই উদযাপন কৰিলে তাৰকা খেলুৱৈগৰাকীৰ জন্মদিন । ১৯৭৩ চনৰ আজিৰ দিনটোত জন্মগ্ৰহণ কৰিছিল তেণ্ডুলকাৰে । নিজ কেৰিয়াৰত তেওঁ খেলিছিল ২০০খন আন্তৰ্জাতিক টেষ্ট মেচ । ৪৬৩খন এদিনীয়াত সংগ্ৰহ কৰিছিল ৩৪,৩৪৭ৰান । ২০১১ৰ ভাৰতৰ বিশ্বকাপ জয়ত শচীনৰ আছিল অন্যতম ভূমিকা আছিল । ভাৰতৰত্ন সন্মানেৰে বিভূষিত তাৰকা এইগৰাকী খেলুৱৈ ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − six =

Back to top button