Assamassam policeCity newsঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰি

পুনৰ গুৱাহাটী মহানগৰীৰ পৰা যুৱক সন্ধানহীন, কেনেকৈ নিৰুদ্দেশ হয় কিশোৰগৰাকী?

পুনৰ গুৱাহাটী মহানগৰীৰ পৰা যুৱক সন্ধানহীন

নিৰুদ্দেশ অভিলাষ দাস নামৰ এজন কিশোৰ

দেওবাৰৰ পৰা নিখোঁজ অভিলাষ দাস

নুনমাটিৰ জ্যোতিশ্ৰীনগৰ ভাগৱত ধামৰ বাসিন্দা অভিলাষ

বিগত ৫ দিন ধৰি সন্ধান পোৱা নাই অভিলাষৰ

আৰক্ষীয়ে বিচাৰি ওলাব নোৱাৰাৰ বাবে মাতৃয়ে সাংবাদিকৰ কাষ চাপে। যদি কোনো সদাশয় ব্যক্তিয়ে ল’ৰাজনক দেখা পাই তেন্তে আৰক্ষীক জনাবলৈ অনুৰোধ কৰে মাতৃয়ে। কিশোৰজনৰ সন্ধান পালে 6002673169 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান মাতৃৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.