খেল

পুনৰ আন্ত:ৰাষ্ট্ৰীয় খেলৰ বাবে সাজু বক্সাৰ অভিজিত বৰুৱা

বেংককত ২৮ ছেপ্তেম্বৰত হ'বলগীয়া খেলখনক লৈ আশাবাদী অভিজিত

পুনৰ আন্ত:ৰাষ্ট্ৰীয় খেলৰ বাবে সাজু বক্সাৰ অভিজিত বৰুৱা

বেংককত আন্ত:ৰাষ্ট্ৰীয় বক্সিঙৰ বাবে উপস্থিত অভিজিত বৰুৱা৷ বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন প্ৰফেচনেল বক্সিংত জয়ী হৈছিল অসমৰ খেলুৱৈ গৰাকী৷

বেংককত ২৮ ছেপ্তেম্বৰত হ’বলগীয়া খেলখনক লৈ আশাবাদী অভিজিত, থাইলেণ্ডৰ বুমডিত জুমপাংৰ বিপক্ষে যুঁজ দিব খেলুৱৈ গৰাকীয়ে৷

কুৰিৰো অধিক আন্তৰাষ্ট্ৰীয় অভিলেখ গঢ়ি সুনাম কঢ়িয়াইছে খেলুৱৈ গৰাকীয়ে, গ্ৰীণিছ ৱৰ্ল্ড ৰেকৰ্ডটো নাম সন্নিৱিষ্ট কৰিছে খেলুৱৈ গৰাকী৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 4 =

Back to top button