অসম

ভাৰতীয় মহিলা ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰা অসম গৌৰৱ উমা ছেত্ৰীক সম্বৰ্ধনা।

ভাৰত বাংলাদেশৰ T-20, এদিনীয়া শৃংখলাত দেশক প্ৰতিনিধিত্ব কৰিছিল উমাই।

ভাৰতীয় মহিলা ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰা অসম গৌৰৱ উমা ছেত্ৰীক সম্বৰ্ধনা। বোকাখাত জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত বোকাখাত ৰাজহুৱা খেল পথাৰত শতাধিক দল সংগঠনে সম্বৰ্ধনা জনালে উমাক। বোকাখাতৰ কান্ধুলীমাৰী গাঁৱৰ পৰা সু-সজ্জিত বাহনেৰে উমা ছেত্ৰীক ৰেলী কৰি আনি বোকাখাত ৰাজহুৱা খেলপথাৰত সম্বৰ্ধনা জনায়। প্ৰশিক্ষক ৰাজা ৰহমান আৰু মেহবুব আলমকো ৰাজহুৱা ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। ভাৰত বাংলাদেশৰ T-20, এদিনীয়া শৃংখলাত দেশক প্ৰতিনিধিত্ব কৰিছিল উমাই। অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী অতুল বৰাসহ বিশিষ্ট ব্যক্তি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.