অসমঅসম আৰক্ষীগুৱাহাটীভাৰতৰাজনৈতিক

গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ চুপাৰি, ৰে’ল আৰক্ষীৰ অভিযানত জব্দ ১০০ বস্তা চুপাৰি

গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ চুপাৰি

ৰে’ল আৰক্ষীৰ অভিযানত জব্দ ১০০ বস্তা চুপাৰি

নামনিমুৱা কামৰূপ এক্সপ্ৰেছৰ পৰা জব্দ চুপাৰিখিনি

ডিমাপুৰৰ পৰা হাওৰালৈ নিয়াৰ চেষ্টা সৰবৰাহকাৰীৰ

জব্দকৃত চুপাৰিখিনিৰ বজাৰমূল্য প্ৰায় ৪৫ লাখ টকা

OC পংকজ ৰায়ৰ নেতৃত্বত চলিছিল এই অভিযান

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + 18 =

Back to top button