Education

APSC/UPSCৰ পৰীক্ষাৰ্থীক অসম ছাত্ৰ পৰিষদে দিব বিনামূলীয়া প্ৰশিক্ষণ

অনলাইন মাধ্যমত দিয়া হ'ব APSC আৰু UPSC পৰীক্ষাৰ বাবে প্ৰশিক্ষণ

অসম ছাত্র পৰিষদে লৈছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। প্ৰশাসনিক পৰীক্ষাৰ বাবে বিনামূলীয়া প্ৰশিক্ষণ প্ৰদানৰ সংকল্প লৈছে সংগঠনটোৱে।

অসম ছাত্র পৰিষদে CIVIL SERVICE ACHIEVERS’ POINTৰ সৈতে যৌথভাৱে লৈছে এই পদক্ষেপ। নৱপ্ৰজন্মক প্ৰশাসনিক পৰীক্ষাৰ প্ৰতি আগ্ৰহী কৰাৰ উদ্দেশ্য ছাত্র পৰিষদৰ। এই বিনামূলীয়া প্ৰশিক্ষণৰ জৰিয়তে APSC আৰু UPSCৰ প্ৰতি আগ্ৰহী পৰীক্ষাৰ্থীসকলক দিয়া হ’ব উপযুক্ত শিক্ষা। ২৮ জুলাইৰ পৰা ৫ আগষ্টলৈকে খোলা থাকিব প্ৰশিক্ষণৰ পঞ্জীয়ণ প্ৰক্ৰিয়া।

বুধবাৰে অসম ছাত্র পৰিষদৰ কাৰ্যনিৰ্বাহক সভাত গ্ৰহণ কৰা হয় এই বিশেষ পদক্ষেপ। অনলাইন মাধ্যমত দিয়া হ’ব APSC আৰু UPSC পৰীক্ষাৰ বাবে প্ৰশিক্ষণ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 + three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.