জীৱনশৈলীফটোবলিউডমনোৰঞ্জন
Trending

অনুষ্কাৰ ফটোগ্ৰাফাৰৰ ৰূপত সুনীল চেট্টীৰ কন্যা, ছচিয়েল মিডিয়াত ভাইৰেল ফটো

স্বামী বিৰাট কোহলী আৰু কন্যা বামিকাৰ সৈতে ইংলেণ্ডত ফুৰিছে বলিউডৰ অভিনেত্ৰীগৰাকীয়ে

ইংলেণ্ড ভ্ৰমণত ব্যস্ত বলিউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মা। স্বামী বিৰাট কোহলী আৰু কন্যা বামিকাৰ সৈতে ইংলেণ্ডত ফুৰিছে বলিউডৰ অভিনেত্ৰীগৰাকীয়ে।

এই কেইদিন সামাজিক মাধ্যমত সাংঘাটিক ব্যস্ত অনুষ্কা শৰ্মা। সামাজিক মাধ্যমত একেৰাহে বিভিন্ন ফটো শ্বেয়াৰ কৰিছে মোহময়ী অভিনেত্ৰী গৰাকীয়ে।

অলপতে অনুষ্কাই অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে বিদেশত তোলা বিভিন্ন সুন্দৰ-সুন্দৰ ফটো। অভিনেত্ৰীগৰাকীৰ সীমাহীন আনন্দই বাহৰ পতা ফটোসমূহ দেখি উৎফুল্লিত হৈ পৰিছে অনুষ্কাৰ অনুৰাগীসকল।

অনুষ্কাৰ ফটোগ্ৰাফাৰৰ ৰূপত সুনীল চেট্টীৰ কন্যা, ছচিয়েল মিডিয়াত ভাইৰেল ফটো

অনুষ্কাৰ ফটোগ্ৰাফাৰৰ ৰূপত সুনীল চেট্টীৰ কন্যা, ছচিয়েল মিডিয়াত ভাইৰেল ফটো

 

Anushka Sharma shares photos from England Tour
Anushka Sharma shares photos from England Tour

অভিনেত্ৰী অনুষ্কাই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ফটোৰ ক্ৰেডিট দিছে সুনীল চেট্টীৰ কন্যাক। সুনীল ছেট্টীৰ কন্যা আথিয়া চেট্টীক ফটোগ্ৰাফীৰ ক্ৰেডিট দিয়া ফটোসমূহ আপল’ড কৰি লিখিছে যে- ‘ ১০ হাজাৰ খোজ আৰু আহি আছে আৰু কিছু সুন্দৰ ফটো’। এইফটোসমূহ ভাইৰেল হোৱাৰ পিছতেই পোহৰলৈ আহিছে যে অনুষ্কাৰ সৈতে ইংলেণ্ডত আছে সুনীল ছেট্টীৰ কন্যা আথিয়া চেট্টী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − eleven =

Back to top button