অসমদৈনিক বাতৰি

আজি ১২ ঘণ্টীয়া আমগুৰি বন্ধ, সমষ্টি হেৰুৱাই ক্ষোভত জ্বলিছে আমগুৰিবাসী….

আজি ১২ ঘণ্টীয়া আমগুৰি বন্ধ, সমষ্টি হেৰুৱাই ক্ষোভত জ্বলিছে আমগুৰিবাসী....

আজি ১২ ঘণ্টীয়া আমগুৰি বন্ধ

সমষ্টি হেৰুৱাই ক্ষোভত জ্বলিছে আমগুৰিবাসী

৩১নং, ৬১নং পথত টায়াৰ জ্বলাই প্ৰতিবাদ

পুৱাৰে পৰা স্তব্ধ স্বাভাৱিক জনজীৱন

বন্ধ যান-বাহনৰ চলাচল, দোকান-পোহাৰ

কেইবাটাও দল-সংগঠনৰ আহ্বানত এই বন্ধ

বন্ধলৈ স্বতঃস্ফুৰ্ত সঁহাৰি সমষ্টিবাসীৰ

বন্ধৰ সৰ্বাত্মক প্ৰভাৱ সমগ্ৰ আমগুৰিত

সমষ্টি পুনৰ নিৰ্ধাৰণত বিলুপ্ত হৈছিল আমগুৰি সমষ্টি

প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ সংগঠনৰ

চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ সমষ্টিবাসী

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + 18 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.