Assamleatest updateঅসমদৈনিক বাতৰি

পঞ্চভূতত বিলীন হ’ল অভিনেতা জয়ন্ত দাস, নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন অভিনেতাগৰাকীৰ

পঞ্চভূতত বিলীন হ’ল অভিনেতা জয়ন্ত দাস, নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন অভিনেতাগৰাকীৰ

পঞ্চভূতত বিলীন হ’ল অভিনেতা জয়ন্ত দাস

নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন অভিনেতাগৰাকীৰ

এক আৱেগিক পৰিৱেশৰ মাজেৰে শিল্পীক বিদায়

শ শ গুণমুগ্ধৰ শেষ শ্ৰদ্ধাঞ্জলি মৰমৰ শিল্পীক

সৎকাৰৰ পূৰ্বে ৰৱীন্দ্ৰ ভৱনত শেষ শ্ৰদ্ধাঞ্জলি শিল্পীলৈ

যকৃতজনিত ৰোগত আক্ৰান্ত আছিল অভিনেতাগৰাকী

এখন ব্যক্তিগত হাস্পতালত হৈ আছিল চিকিৎসাধীন

৯ ডিচেম্বৰৰ পৰা চিকিৎসাধীন হৈ আছিল তেওঁ

১৯৬৯ চনত গুৱাহাটীত জন্মগ্ৰহণ কৰিছিল জয়ন্ত দাসে

মহানগৰীৰ যোৰপুখুৰী অঞ্চলৰ বাসিন্দা আছিল তেওঁ

প্ৰয়াত ক্ৰীড়াবিদ, সাংবাদিক পুলিন দাসৰ পুত্ৰ আছিল তেওঁ

মৃত্যুৰ সময়ত এৰি গৈছে পত্নীসহ এগৰাকী জীয়ৰীক

কেইবাখনো জনপ্ৰিয় ছবিত অভিনয় কৰিছিল তেওঁ

দূৰদৰ্শনৰ ‘পাপু-নিকু সংবাদ’ ধাৰাবাহিকত কৰিছিল অভিনয়

ৰঙত সম্প্ৰচাৰিত ভাড়াঘৰতো অভিনয় কৰিছিল জয়ন্ত দাসে

পিতা-পুত্ৰ, নায়ক, কন্যাদান, ৰামধেনু আদি ছবিত কৰিছিল অভিনয়

মন, ভূমিপুত্ৰ, জোন জ্বলে কপালত, বুকুৰ মাজত জ্বলেত অভিনয়

মঞ্চ অভিনেতা হিচাপেও সুপৰিচিত আছিল জয়ন্ত দাস

অভিনেতাগৰাকীৰ মৃত্যুত ৰাজ্যজুৰি শোঁকৰ ছাঁ

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.