দুৰ্ঘটনামহাৰাষ্ট্ৰ

ক’ভিড ৱাৰ্ডৰ ICUত ভয়ংকৰ অগ্নিকাণ্ড, মৃত্যুক সাৱটিলে ১০ জন ৰোগীয়ে

অগ্নিকাণ্ডৰ সময়ত ক'ভিড ৱাৰ্ডত আছিল ১৭ জন ৰোগী।

মহাৰাষ্ট্ৰৰ অসামৰিক চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড। শনিবাৰে মহাৰাষ্ট্ৰৰ আহমেদনগৰৰ এখন চিকিৎসালয়ত সংঘটিত হয় অগ্নিকাণ্ড।

ক’ভিড ৱাৰ্ডৰ ICUত জুই লগাৰ ফলত মৃত্যুক সাবটি লয় ১০ জন ৰোগীয়ে। অগ্নিকাণ্ডৰ সময়ত ক’ভিড ৱাৰ্ডত আছিল ১৭ জন ৰোগী।

শনিবাৰে দিনৰ ১১ বজাত সংঘটিত এই অগ্নিকাণ্ড। অগ্নিৰ ফলত মৃত্যুক সাবটিলে ১০ জন ৰোগীয়ে। আনহাতে, আঘাতপ্ৰাপ্ত হয় চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা আন বহুকেইজন ৰোগী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + 18 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.