শ্ৰেণীবিহীন

দুৰ্ঘটনাৰ ওপৰতে দুৰ্ঘটনা! CDS বিপিন ৰাৱাটৰ নশ্বৰ দেহ কঢ়িয়াই নিয়া গাড়ীখনো দুৰ্ঘটনাত পতিত হয়..

আজি শ্বহীদ CDS বিপিন ৰাৱাট, তেওঁৰ পত্নীকে ধৰি আন ১১গৰাকী বিষয়াৰ নশ্বৰ দেহ শেষকৃতৰ বাবে অনা সময়তে মেট্টাপালায়ামৰ ওচৰৰ বুৰলিয়াৰত নশ্বৰ দেহ কঢ়িয়াই অনা এখন গাড়ী দুৰ্ঘটনাত পতিত হয়।

দুৰ্ঘটনাৰ ওপৰতে দুৰ্ঘটনা!

আজি শ্বহীদ CDS বিপিন ৰাৱাট, তেওঁৰ পত্নীকে ধৰি আন ১১গৰাকী বিষয়াৰ নশ্বৰ দেহ শেষকৃতৰ বাবে অনা সময়তে মেট্টাপালায়ামৰ ওচৰৰ বুৰলিয়াৰত নশ্বৰ দেহ কঢ়িয়াই অনা এখন গাড়ী দুৰ্ঘটনাত পতিত হয়।

দুৰ্ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই যদিও কেইজনমান আৰক্ষীৰ লোকে সামান্য আঘাট পায়।

চৰকাৰী সূত্ৰই জনোৱা মতে, ঘটনাৰ পিছত নশ্বৰ দেহ নিয়াৰ বাবে আন এখন গাড়ী আনি তেওঁলোকক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ প্ৰেৰণ কৰা হয়।

উল্লেখ্য যে, বুধবাৰে হেলিকপ্টাৰ দুৰ্ঘটনাত (Coonoor Helicopter Crash) CDS জেনেৰেল বিপিন ৰাৱাট, তেওঁৰ পত্নীসহ ১১জনৰ মৃত্যু হয়।

 

 

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.