Socialঅসম

চাইকেল চলাই সজাগতা, সজাগতা সৃষ্টিৰ উদ্দেশ্যে গুৱাহাটীৰ পৰা শদিয়ালৈ ওলাল চাইক্লিষ্টৰ দল…

গুৱাহাটীৰ পৰা চাইকেল চলাই দলটো উপস্থিত হয় কাজিৰঙাত

ৰাজপথত এদল চাইকেল আৰোহী।পেডেল মাৰি মাৰি গুৱাহাটীৰ পৰা শদিয়ালৈ যাত্ৰা এদল চাইকেল আৰোহীৰ।
কাজিৰঙা তথা অসমখন প্ৰদূষণ মুক্ত কৰাৰ লক্ষ্যেৰে চাইকেলেৰে যাত্ৰা চাইকেল আৰোহীৰ।

দীৰ্ঘদিন ধৰি গুৱাহাটীৰ “টিলিঙা” নামৰ ক্ৰীড়া সংস্থাটোৱে ৰাজ্যৰ ভিন্ন স্থানত অসম প্ৰদূষণমুক্ত কৰাৰ উদ্দেশ্যে চলাই আহিছে সজাগতা অভিযান।

গুৱাহাটীৰ পৰা চাইকেল চলাই দলটো উপস্থিত হয় কাজিৰঙাত। শনিবাৰে পুৱাই চাইকেলৰ পেডেল মাৰি দলটো ৰাওনা হয় শদিয়া অভিমুখে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.