ভাৰতীয় সেনাৰ মৃতদেহ উদ্ধাৰ হ’ল ১৬ বছৰ পিছত।
২০০৫চনৰ ২৩ ছেপ্টেম্বৰত দ’ খাৱৈত পৰি অমৰীশ ত্যাগী নামৰ সেনা গৰাকী বৰফৰ মাজত আৱদ্ধ হৈ মৃত্যুবৰন কৰিছিল।
২০০৫ চনত অমৰীশে উত্তৰাখণ্ডৰ হিমালয়ত পতাকা উৰুৱাবলৈ গৈ দলৰ সৈতে উভতি আহি থাকোতে ঘটে এই দুৰ্ঘটনা।
১৬ বছৰ পিছত সেনা গৰাকীৰ মৃতদেহ উদ্ধাৰ হয়। বৰফৰ ভিতৰত থকাৰ বাবেই মৃতদেহটো সজীৱ হৈ আছে ১৬ বছৰ পাছতো। মৃতদেহটো আজি অনা হ’ব গাজিয়াবাদলৈ।
আচৰিত কথাটো হ’ল যে, পৰ্বতোৰোহী সেনা গৰাকীৰ মৃতদেহ সেই দিনটোতেই উদ্ধাৰ হয় যিটো দিনত ১৬ বছৰ পূৰ্বে তেওঁ বৰফত সমাধিষ্ঠ হৈ পৰিছিল।
২০০৫ চনত বৰফৰ মাজত আৱদ্ধ হোৱা ৪ জন সৈনিকৰ ভিতৰত ৩ জনৰ মৃতদেহ উদ্ধাৰ হৈছিল যদিও সন্ধানহীন হৈ আছিল অমৰীশ। ১৬ বছৰ পিছত ২০২১ চনৰ ২৩ ছেপ্টেম্বৰত বৰফ গলাৰ ফলত উদ্ধাৰ হয় অমৰীশৰ মৃতদেহ।
Read Next
Assam
এপ্ৰিল 8, 2025
সুৰা ক্ৰেতাসকলৰ বাবে ভাল খবৰ!
Assam
এপ্ৰিল 8, 2025
কাজিৰঙাৰ বুকুত আনন্দৰ বন্যা…
Assam
এপ্ৰিল 8, 2025
পঞ্চায়ত নিৰ্বাচন
Assam
এপ্ৰিল 8, 2025
ৰাষ্ট্ৰপতিৰ বিশেষ নিৰাপত্তাৰ দায়িত্বত অসম সন্তান !
Assam
ফেব্ৰুৱাৰী 24, 2025
মাজত মাত্ৰ আৰু কেইটামান ক্ষণ বাকী… সৰুসজাইত ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠান
leatest update
জানুৱাৰী 31, 2025
MODI 3.0ৰ দ্বিতীয় কেন্দ্ৰীয় বাজেট
Assam
জানুৱাৰী 31, 2025
আজিৰে পৰা অসম সাহিত্য সভাৰ অধিৱেশন
Assam
জানুৱাৰী 29, 2025
প্ৰয়াগৰাজৰ মহাকুম্ভমেলাত পদপিষ্টৰ ঘটনাত মৃতকৰ সংখ্যা বৃদ্ধি….
দিল্লী
জানুৱাৰী 26, 2025
আজি দেশৰ ৭৬সংখ্যক গণৰাজ্য দিৱস
অসম
জানুৱাৰী 24, 2025
দৰা সাজেৰে কইনাক আনিবলৈ সাজু ৭১ বছৰীয়া ককা