অপৰাধঅসমৰাজনৈতিক

অসম মেঘালয় সীমান্তত পুনৰ উত্তেজনা

কেইবা শতাধিক খাচী লোকৰ উমলাফেৰ অঞ্চলত প্ৰৱেশ কৰাৰ অপচেষ্টা

অসম মেঘালয় সীমান্তৰ উমলাফেৰ অঞ্চলত পুনৰ উত্তেজনা।

কেইবা শতাধিক খাচী লোকে উমলাফেৰ অঞ্চলত প্ৰৱেশ কৰাৰ  অপচেষ্টা চলোৱাৰ ফলত অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হয়।

অসমৰ ভূমিত থকা লোকসকলে খাচীলোক সকলত প্ৰৱেশত বাধা আৰোপ কৰে। সোমবাৰৰ পৰা সীমান্তত আৰম্ভ হৈছে এই উত্তেজনাময় পৰিস্থিতিৰ।

উল্লেখ্য যে, খাচী লোকৰ প্ৰৱেশক লৈ দীৰ্ঘদিনৰ পৰা নিৰাপত্তাহীনতাত ভুগি আহিছে সীমান্তবৰ্তী অসমীয়া লোকসকলে।

পশ্চিম কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ এটা দল ইতিমধ্যে উমলাফেৰলৈ ৰাওনা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.