অসমগুৱাহাটীবিশ্ববোলছবিভাৰতশিল্পীসংগীতসংস্কৃতি

মুক্তিৰ পূৰ্বে ‘ৰৈ ৰৈ বিনালে’ৰ অনন্য অভিলেখ

৯৪ টা ছবিগৃহত প্ৰতিদিনে ৪৫৬ টা দৰ্শনী

মুক্তিৰ পূৰ্বে জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ৰ অনন্য অভিলেখ। প্ৰতিদিনে ৪৫৬ টাকৈ দৰ্শনীত ছবি গৃহত চলিব ‘ৰৈ ৰৈ বিনালে’। অসমৰ চিনেমা হলত বাতিল কৰা হৈছে হিন্দী চিনেমা। যিকোনো সময়তে দৰ্শকে উপভোগ কৰিব পাৰিব চিনেমাখন। কেৱল অসমতে নহয়, দেশৰ ৯৪ টা ছবিগৃহত সৰ্বমুঠ ৪৫৬ টাকৈ দৰ্শনী চলিব প্ৰতিদিনে।

ৰাজ্যৰ ভিতৰে বাহিৰে ৯৪ টা ছবিগৃহত প্ৰতিদিনে ৪৫৬ টা দৰ্শনী
গুৱাহাটী: প্ৰতিদিনে ১৫৭ দৰ্শনী (১৩ টা ছবিগৃহত)
বিজয়নগৰ: ৬
ৰঙিয়া: ৪
মঙলদৈ: ৫
ছয়গাঁও: ৫
নলবাৰী: ৫
বঙাইগাঁও: ৩০ (২টা ছবিগৃহত)
ডিব্ৰুগড়: ১২
তিনিচুকীয়া: ১৬ (২টা ছবিগৃহত)
যোৰহাট: ২১ (২টা ছবিগৃহত)
গোলাঘাট: ৪
নগাঁও: ৯ (২টা ছবিগৃহত)
তেজপুৰ: ৪২ ( ৪ টা ছবিগৃহত)
লখিমপুৰ: ২০ ( ৪ টা ছবিগৃহত)
ডিফু: ৪
হাফলং: ৪
শিলচৰ: ৪
মাৰ্ঘেৰিটা: ৪
ইটানগৰ: ৯ ( ৩ টা ছবিগৃহত)
নাহৰলগুন: ৩
বৃহত্তৰ মুম্বাইত: ১২ (১০ টা ছবিগৃহত)
দিল্লী এন চি আৰ: ২৬ (১০ টা ছবিগৃহত)
বাংগালূৰু: ২৩ (১০ টা ছবিগৃহত)
হায়দৰাবাদ: ২
চণ্ডীগড়: ২
আহমেদাবাদ: ১
পুনে: ৭ (৫ টা ছবিগৃহত)
চেন্নাই: ২ (২ টা ছবিগৃহত)
কলকতা: ১২ (৯ টা ছবিগৃহত)
কোচি: ১

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.