Assamnationalঅসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

ছত্তীশগড়ৰ দুৰ্গ জিলাত ভয়ংকৰ বাছ দুৰ্ঘটনা, ভয়াৱহ দুৰ্ঘটনাত মৃত্যু ১২ জনৰ…..

ছত্তীশগড়ৰ দুৰ্গ জিলাত ভয়ংকৰ বাছ দুৰ্ঘটনা

ভয়াৱহ দুৰ্ঘটনাত মৃত্যু ১২ জনৰ

১০ জনৰ অৱস্থা সংকটজনক

বাছত আছিল কেডিয়া ডিষ্টলৰী নামৰ প্ৰতিষ্ঠানৰ ৪০ কৰ্মচাৰী

কুমহাৰীৰ পৰা ভিলাইলৈ উভতি অহাৰ সময়ত এই দুৰ্ঘটনা

দুৰ্ঘটনাত শোক প্ৰকাশ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ

দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে এছডিআৰএফ আৰু আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে । ঘটনাস্থলীত এতিয়াও উদ্ধাৰ অভিযান অব্যাহত আছে। উদ্ধাৰ অভিযানত দুখনকৈ ক্ৰেন মোতায়েন৷ সমান্তৰালকৈ দুৰ্ঘটনাগ্ৰস্তসকলক স্থানান্তৰ কৰা হৈছে। আহতসকলৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.