AssamCity newsnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিবিশ্বভাৰতৰাজনৈতিক

ভাৰতক অপমান কৰি মালদ্বীপৰ ৩ মন্ত্ৰী নিলম্বিত, প্ৰধানমন্ত্ৰী মোদী আৰু ভাৰতৰ বিৰুদ্ধে কৰিছিল মন্তব্য….

ভাৰতক অপমান কৰি মালদ্বীপৰ ৩ মন্ত্ৰী নিলম্বিত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতৰ বিৰুদ্ধে কৰিছিল মন্তব্য

সামাজিক মাধ্যমত অপমানসূচক মন্তব্য কৰিছিল ৩ মন্ত্ৰীয়ে

মালদ্বীপৰ কেবিনেট মন্ত্ৰী মৰিয়ম চিওনাক নিলম্বন

উপ-মন্ত্ৰী মালশ্বা, হাছান জিহানকো নিলম্বন মন্ত্ৰীসভাৰ পৰা

মালদ্বীপৰ চৰকাৰী মুখপাত্ৰৰ উদ্ধৃতিত প্ৰকাশ এই বাতৰি

মালদ্বীপৰ পৰ্যটনক ভাৰতে তুলনা কৰিব নোৱাৰে বুলি কৰিছিল মন্তব্য

সামাজিক মাধ্যমত চৰ্চা কৰা সকলো বিষয়াৰ বিৰুদ্ধেও ব্যৱস্থা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মালদ্বীপ ভ্ৰমণৰ সময়ত কৰিছিল এই মন্তব্য

ভাৰতত পৰ্যটনৰ সুবিধাক লৈও কৰিছিল আপত্তিজনক মন্তব্য

২-৩ জানুৱাৰীত মালদ্বীপ ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে

মালদ্বীপৰ মন্ত্ৰীৰ মন্তব্যৰ পিছতে ক্ষুব্ধ হৈছিল দেশখনৰ ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি মহম্মদ নশ্বীদে ৩ মন্ত্ৰীৰ মন্তব্যক তীব্ৰ সমালোচনা কৰিছিল

সামাজিক মাধ্যমত মালদ্বীপৰ বিৰুদ্ধে প্ৰতিবাদ বৃদ্ধি পোৱাৰ পিছত ৩ মন্ত্ৰীক নিলম্বন

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.