AssamCity newsnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিবিশ্বভাৰতৰাজনৈতিক

কেইবা মাহৰ হিংসাত্মক ঘটনাৰ অন্তত বাংলাদেশত নিৰ্বাচন, বহু বিক্ষিপ্ত ঘটনাৰে দেওবাৰে সম্পন্ন হয় ভোটগ্ৰহণ….

কেইবা মাহৰ হিংসাত্মক ঘটনাৰ অন্তত বাংলাদেশত নিৰ্বাচন

বহু বিক্ষিপ্ত ঘটনাৰে দেওবাৰে সম্পন্ন ভোটগ্ৰহণ

পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ চলিল ভোটগ্ৰহণ

বিয়লি ৩ বজালৈ কেৱল ২৭.১৫ শতাংশ ভোটদান

সোমবাৰে ঘোষণা হ’ব নিৰ্বাচনী ফলাফল

বাংলাদেশত সকলো বিৰোধী দলে বয়কট কৰে এই নিৰ্বাচন

প্ৰধান বিৰোধী দল BNPৰ গুৰুতৰ অভিযোগ

শ্বেইখ হাছিনা নেতৃত্বাধীন চৰকাৰৰ অধীনত নিৰপেক্ষ নহয় নিৰ্বাচন

তদাৰকী চৰকাৰৰ অধীনত নিৰ্বাচনৰ দাবী জনাইছিল BNPএ

বাংলাদেশত ভোটগ্ৰহণৰ পিছতেই আৰম্ভ হৈছে ভোটগণনা

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.