AssamCity newsCMO AssamInternationalnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিবিশ্বভাৰতৰাজনৈতিকস্বাস্থ্য

পুনৰ সংহাৰী ৰূপ ধাৰণ কৰিছে ক’ভিডে, বিগত ২৪ ঘণ্টাত ৬গৰাকী ক’ভিড আক্ৰান্তৰ মৃত্যু…..

পুনৰ সংহাৰী ৰূপ ধাৰণ কৰিছে ক’ভিডে

বিগত ২৪ ঘণ্টাত ৬গৰাকী ক’ভিড আক্ৰান্তৰ মৃত্যু

মহাৰাষ্ট্ৰত ২৪ ঘণ্টাত ২ ক’ভিড ৰোগীৰ মৃত্যু

দিল্লী, কৰ্ণাটক, কেৰালা, পশ্চিমবংগত এজনকৈ ৰোগীৰ মৃত্যু

বিগত ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত ৬৯২গৰাকী লোক

দেশত বৰ্তমান ক’ভিড আক্ৰান্তৰ সংখ্যা ৪,০৯৭লৈ বৃদ্ধি

বুধবাৰলৈকে ১০৯গৰাকী JN-1ত আক্ৰান্ত

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰী কৰিলে এই তথ্য

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.